Skip to contentমূল বিষয়বস্তুলৈ যাওক
Sewaro Energy
Sewaro EnergyGuwahati, Assamগুৱাহাটী, অসম

Terms of Serviceসেৱাৰ নিয়ম আৰু চৰ্তসমূহ

Last updated: 24 September 2026সৰ্বশেষ আপডেট: ২৪ ছেপ্টেম্বৰ ২০২৬

These terms govern your use of this website. By using the site, you agree to them. If you do not agree, please do not use the site.এই নিয়ম আৰু চৰ্তসমূহে আপোনাৰ এই ৱেবচাইটৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে। এই ৱেবচাইট ব্যৱহাৰ কৰি আপুনি এই চৰ্তসমূহৰ প্ৰতি সন্মতি প্ৰকাশ কৰে। যদি আপুনি সন্মত নহয়, তেন্তে অনুগ্ৰহ কৰি ৱেবচাইটটো ব্যৱহাৰ নকৰিব।

Information on this siteৱেবচাইটত প্ৰকাশিত তথ্য

We aim to keep information accurate and useful, but content is provided for general guidance and may change. In particular, government information such as subsidy amounts, eligibility and portal details changes over time. Such information is kept separate, shown with a last-verified date where available, and is not a substitute for the official government sources.আমি তথ্যসমূহ সঠিক আৰু উপযোগী কৰি ৰাখিবলৈ চেষ্টা কৰোঁ, কিন্তু ই সাধাৰণ মাৰ্গদৰ্শনৰ বাবেহে প্ৰদান কৰা হৈছে আৰু সময়ৰ সৈতে সলনি হ'ব পাৰে। বিশেষকৈ চৰকাৰী ৰাজসাহায্যৰ পৰিমাণ, যোগ্যতা আৰু পৰ্টেলৰ নীতি নিয়ম চৰকাৰৰ দ্বাৰা পৰিৱৰ্তিত হয়। এনে তথ্যসমূহ সুকীয়াকৈ শেষ পৰীক্ষিত তাৰিখৰ সৈতে প্ৰকাশ কৰা হয় আৰু ই চৰকাৰী মূল অধিসূচনাৰ বিকল্প নহয়।

Estimates and calculatorsহিচাপ আৰু কেলকুলেটৰৰ ব্যৱহাৰ

Our calculators and estimates are provided for guidance only. They are not quotations, guarantees or professional advice. Actual system size, generation, savings, cost and payback depend on your site, design, usage and market conditions. A site survey and a written quote are what define a project.আমাৰ সৌৰ কেলকুলেটৰ আৰু আনুমানিক হিচাপসমূহ কেৱল প্ৰাথমিক ধাৰণাৰ বাবেহে। ই কোনো চূড়ান্ত উদ্ধৃতি, নিশ্চয়তা বা আইনী প্ৰতিশ্ৰুতি নহয়। প্ৰকৃত প্ৰণালীৰ ক্ষমতা, বিদ্যুৎ উৎপাদন, মাহেকীয়া ৰাহি আৰু খৰচৰ উদ্ধাৰ আপোনাৰ ছাদৰ অৱস্থা, প্ৰকল্পৰ ডিজাইন আৰু বজাৰৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰে। ছাইট পৰিদৰ্শন আৰু লিখিত উদ্ধৃতিৰ দ্বাৰাহে প্ৰকল্প নিশ্চিত কৰা হয়।

Quotes and engagementsউদ্ধৃতি আৰু চুক্তি

A quote or engagement is governed by the specific terms provided with it. Nothing on this website constitutes a binding offer.যিকোনো বাণিজ্যিক উদ্ধৃতি বা সংস্থাপন চুক্তি ইয়াৰ সৈতে সংলগ্ন নিৰ্দিষ্ট চৰ্তসমূহৰ দ্বাৰা পৰিচালিত হয়। ৱেবচাইটত থকা কোনো তথ্যই কোনো বাধ্যতামূলক চুক্তি গঠন নকৰে।

Intellectual propertyবৌদ্ধিক সম্পত্তিৰ অধিকাৰ

The content, design and branding of this site belong to Sewaro Energy or its licensors, unless otherwise stated. Please do not reproduce them without permission.এই ৱেবচাইটৰ সকলো লিখনি, ডিজাইন আৰু ব্ৰেণ্ডিং Sewaro Energy বা ইয়াৰ অনুজ্ঞাপত্ৰধাৰীৰ সম্পত্তি। অনুমতি অবিহনে এইবোৰ পুনৰ প্ৰকাশ বা ব্যৱহাৰ কৰা নিষিদ্ধ।

Third-party links and contentতৃতীয় পক্ষৰ লিংক আৰু সমল

The site may link to or embed third-party content. We are not responsible for third-party sites or their content.এই ৱেবচাইটত বাহ্যিক বা তৃতীয় পক্ষৰ ৱেবচাইটৰ লিংক অন্তৰ্ভুক্ত থাকিব পাৰে। সেইসমূহ বাহ্যিক ৱেবচাইটৰ সমল বা নীতিৰ বাবে আমি দায়বদ্ধ নহওঁ।

Limitation of liabilityদায়িত্বৰ সীমাবদ্ধতা

To the extent permitted by law, Sewaro Energy is not liable for any loss arising from reliance on general information on this site. This does not limit liability that cannot be limited by law.আইনৰ দ্বাৰা অনুমোদিত পৰিসৰলৈকে, এই ৱেবচাইটৰ সাধাৰণ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি হোৱা কোনো ক্ষতিৰ বাবে Sewaro Energy দায়বদ্ধ নহয়।

Changesচৰ্তসমূহৰ পৰিৱৰ্তন

We may update these terms from time to time. The date above shows the latest revision.আমি সময় সাপেক্ষে এই চৰ্তসমূহৰ সংশোধন কৰিব পাৰোঁ। ওপৰত উল্লেখ থকা তাৰিখে ইয়াৰ শেহতীয়া সংস্কৰণ সূচায়।

Contactযোগাযোগ

For any question about these terms, reach us via the contact page.এই নিয়ম আৰু চৰ্তসমূহ সম্পৰ্কে যিকোনো প্ৰশ্নৰ বাবে আমাৰ যোগাযোগ পৃষ্ঠাৰ জৰিয়তে যোগাযোগ কৰক।