Solar FAQs Everything you need to know.সৌৰ সাধাৰণ প্ৰশ্নোত্তৰ (Solar FAQs) সৌৰ শক্তি সম্পৰ্কে সকলো প্ৰশ্নৰ স্পষ্ট উত্তৰ
Comprehensive answers to the most frequently asked questions about rooftop solar costs, PM Surya Ghar subsidies, APDCL net metering, system sizing, and maintenance in Assam.অসমত ৰুফটপ সৌৰ প্ৰকল্পৰ খৰচ, পিএম সূৰ্য ঘৰ ৰাজসাহায্য, এপিডিচিএল নেট মিটাৰিং, প্ৰণালী নিৰ্বাচন আৰু ৰক্ষণাবেক্ষণ সম্পৰ্কে সঘনাই সোধা প্ৰশ্নসমূহৰ স্পষ্ট আৰু কাৰিকৰী উত্তৰ।

Below are detailed answers to the questions homeowners and businesses in Assam ask most often, categorized by topic. For personalized recommendations, our engineering team provides free site evaluations.অসমৰ ঘৰুৱা আৰু ব্যৱসায়িক গ্ৰাহকসকলে সঘনাই সোধা প্ৰশ্নসমূহ বিষয় অনুসৰি তলত উল্লেখ কৰা হৈছে। আপোনাৰ ঘৰৰ বাবে সঠিক পৰামৰ্শ লাভ কৰিবলৈ আমাৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।
Cost, Savings & ROIখৰচ, সঞ্চয় আৰু বিনিয়োগৰ লাভালাভ
How much does a rooftop solar system cost in Assam?অসমত ৰুফটপ সৌৰ প্ৰণালী স্থাপন কৰিবলৈ কিমান খৰচ হয়?
The gross cost for a residential on-grid system generally ranges from ₹55,000 to ₹75,000 per kW before subsidy. With the central PM Surya Ghar subsidy (up to ₹78,000), the net investment becomes remarkably affordable with a 3 to 4 year payback period.ৰাজসাহায্যৰ পূৰ্বে প্ৰতি কিলোৱাট অন-গ্ৰিড প্ৰণালীৰ আনুমানিক খৰচ সাধাৰণতে ₹৫৫,০০০ ৰ পৰা ₹৭৫,০০০ হয়। পিএম সূৰ্য ঘৰৰ সৰ্বোচ্চ ₹৭৮,০০০ ৰাজসাহায্যৰ পিছত প্ৰকৃত খৰচ বহু পৰিমাণে হ্ৰাস পায় আৰু ৩ ৰ পৰা ৪ বছৰতে সমগ্ৰ বিনিয়োগ উসুল হৈ পৰে।
How much money will I save every month on electricity bills?প্ৰতি মাহে বিদ্যুৎ বিলত কিমান টকা ৰাহি হ'ব?
A 3 kW solar system generates approximately 360 units per month, reducing an average monthly bill of ₹2,500 to ₹3,200 to near zero. Over 25 years, savings exceed ₹8 to ₹12 Lakhs.এটি ৩ কিলোৱাট সৌৰ প্ৰকল্পই মাহে প্ৰায় ৩৬০ ইউনিট বিদ্যুৎ উৎপাদন কৰে, যাৰ ফলত মাহেকীয়া ₹২,৫০০ ৰ পৰা ₹৩,২০০ পৰ্যন্ত বিদ্যুৎ বিল প্ৰায় শূন্য হৈ পৰে। ২৫ বছৰৰ হিচাপত ৮ ৰ পৰা ১২ লাখ টকাতকৈও অধিক ধন ৰাহি হয়।
Is installing rooftop solar worth it in Guwahati and Assam?গুৱাহাটী আৰু অসমত ৰুফটপ সৌৰ প্ৰকল্প স্থাপন কৰাটো লাভজনকনে?
Absolutely. Assam receives good solar insolation (approx. 4 to 4.5 peak sun hours daily). Combined with APDCL net metering and current electricity tariffs, solar provides an annual ROI of over 25-30%.নিশ্চয়কৈ। অসমত দৈনিক গড়ে ৪ ৰ পৰা ৪.৫ ঘণ্টা উৎকৃষ্ট সূৰ্যৰ পোহৰ পোৱা যায়। এপিডিচিএলৰ নেট মিটাৰিং আৰু বৰ্তমানৰ বিদ্যুৎ মাচুলৰ হিচাপত সৌৰ প্ৰকল্পই বাৰ্ষিক ২৫% ৰ পৰা ৩০% পৰ্যন্ত লাভালাভ (ROI) প্ৰদান কৰে।
Subsidy & APDCL Net Meteringৰাজসাহায্য আৰু এপিডিচিএল নেট মিটাৰিং
What is the PM Surya Ghar Muft Bijli Yojana subsidy in Assam?অসমত পিএম সূৰ্য ঘৰ যোজনাৰ অধীনত কিমান ৰাজসাহায্য পোৱা যায়?
Under the PM Surya Ghar scheme, residential consumers receive ₹30,000 for 1 kW, ₹60,000 for 2 kW, and a maximum of ₹78,000 for 3 kW and higher capacities credited directly via DBT.পিএম সূৰ্য ঘৰ যোজনাৰ অধীনত আৱাসিক উপভোক্তাই ১ কিলোৱাটত ₹৩০,০০০, ২ কিলোৱাটত ₹৬০,০০০ আৰু ৩ কিলোৱাট বা তাতকৈ ডাঙৰ প্ৰণালীত সৰ্বোচ্চ ₹৭৮,০০০ কেন্দ্ৰীয় ৰাজসাহায্য পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰে।
How does APDCL net metering work with solar?সৌৰ প্ৰকল্পত এপিডিচিএলৰ নেট মিটাৰিঙে কেনেকৈ কাম কৰে?
A bi-directional smart net meter records both the units you consume from APDCL and the surplus solar units you export to the grid. In your monthly bill, exported units are adjusted against imported units.এটি দ্বি-মুখী স্মাৰ্ট নেট মিটাৰে আপুনি ব্যৱহাৰ কৰা বিদ্যুৎ আৰু গ্ৰিডলৈ প্ৰেৰণ কৰা অতিৰিক্ত সৌৰ বিদ্যুৎ গণনা কৰে। মাহেকীয়া বিলত আমদানি আৰু ৰপ্তানি কৰা ইউনিটৰ সমাযোজন কৰি কেৱল বাকী থকা ইউনিটৰহে বিল প্ৰস্তুত কৰা হয়।
How long does it take for the subsidy to arrive in my bank account?বেংক একাউণ্টত ৰাজসাহায্যৰ ধন জমা হ'বলৈ কিমান দিন লাগে?
Once installation is completed and APDCL issues the official Commissioning Certificate online, the central subsidy is typically credited to your bank account via DBT within 30 days.সৌৰ সংস্থাপন সম্পূৰ্ণ হোৱাৰ পিছত এপিডিচিএলে পৰ্টেলত কমিশনিং প্ৰমাণপত্ৰ জাৰি কৰাৰ ৩০ দিনৰ ভিতৰত ডিবিটি (DBT) মাধ্যমেৰে পোনপটীয়াকৈ আবেদনকাৰীৰ বেংক একাউণ্টত ৰাজসাহায্যৰ ধন জমা হয়।
System Selection & Technical Questionsপ্ৰণালী নিৰ্বাচন আৰু কাৰিকৰী প্ৰশ্ন
What size solar system does my home need?মোৰ ঘৰৰ বাবে কিমান ক্ষমতাৰ সৌৰ প্ৰণালীৰ প্ৰয়োজন?
A monthly electricity bill of ₹1,000–₹1,500 requires 1 kW to 2 kW; ₹2,500–₹3,500 requires 3 kW; and ₹5,000+ requires 5 kW to 10 kW. Our free site survey provides exact load sizing.মাহেকীয়া বিল ₹১,০০০–₹১,৫০০ হ'লে ১–২ কিলোৱাট; ₹২,৫০০–₹৩,৫০০ হ'লে ৩ কিলোৱাট; আৰু ₹৫,০০০ বা তাতকৈ অধিক হ'লে ৫–১০ কিলোৱাট প্ৰণালীৰ প্ৰয়োজন হয়। আমাৰ বিনামূলীয়া ছাইট জৰীপে সঠিক ক্ষমতা নিৰ্ধাৰণ কৰে।
Will my solar system work during APDCL power cuts?বিদ্যুৎ কৰ্তন (Power Cut)ৰ সময়ত সৌৰ প্ৰণালীয়ে কাম কৰিবনে?
Standard on-grid systems shut down during power cuts for safety reasons (anti-islanding). If you need power backup during outages, we design hybrid solar systems with battery storage.লাইনত কাম কৰা কৰ্মীৰ নিৰাপত্তাৰ বাবে অন-গ্ৰিড প্ৰণালী লোডশেডিঙৰ সময়ত স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰে (এণ্টি-আইলেণ্ডিং)। বিদ্যুৎ কৰ্তনৰ সময়তো অবিৰত বিদ্যুৎ যোগান পাবলৈ বেটাৰীযুক্ত হাইব্ৰিড সৌৰ প্ৰণালী স্থাপন কৰিব পাৰি।
How much rooftop area is required for 1 kW to 3 kW?১ কিলোৱাটৰ পৰা ৩ কিলোৱাট সৌৰ প্ৰকল্পৰ বাবে কিমান ছাদৰ ঠাই লাগে?
Approximately 80 to 100 square feet of shadow-free rooftop space is required per 1 kW capacity. A standard 3 kW residential plant requires around 250–300 sq.ft.প্ৰতি ১ কিলোৱাটৰ বাবে প্ৰায় ৮০ ৰ পৰা ১০০ বৰ্গফুট ছাঁ-মুক্ত ছাদৰ ঠাইৰ প্ৰয়োজন হয়। এটি সাধাৰণ ৩ কিলোৱাট ঘৰুৱা প্ৰকল্পৰ বাবে প্ৰায় ২৫০–৩০০ বৰ্গফুট ঠাইৰ প্ৰয়োজন।
Maintenance & Durabilityৰক্ষণাবেক্ষণ আৰু স্থায়িত্ব
How often do solar panels need cleaning in Assam?অসমত সৌৰ পেনেল কিমান দিনৰ মূৰে মূৰে চাফা কৰিব লাগে?
Cleaning panels once or twice a month with plain water removes accumulated dust and bird droppings, maximizing energy generation by up to 15-20%. Monsoon rains provide natural cleaning.মাহত এবাৰ বা দুবাৰ সাধাৰণ পানীৰে পেনেল চাফা কৰিলে ধূলি আৰু মলি আঁতৰি যায় আৰু উৎপাদন ১৫-২০% পৰ্যন্ত বৃদ্ধি পায়। বাৰিষাৰ সময়ত বৰষুণৰ দ্বাৰা পেনেল স্বাভাৱিকভাৱেই চাফা হৈ থাকে।
What is the expected lifespan and warranty on solar panels?সৌৰ পেনেলৰ আয়ুস আৰু ৱাৰেণ্টি কিমান?
Tier-1 solar modules come with a 25 to 30 year performance warranty and a 10 to 12 year product warranty, retaining at least 80% generation efficiency even after 25 years.উচ্চমানৰ সৌৰ পেনেলসমূহ ২৫ ৰ পৰা ৩০ বছৰৰ কাৰ্যক্ষমতা ৱাৰেণ্টি আৰু ১০ ৰ পৰা ১২ বছৰৰ প্ৰডাক্ট ৱাৰেণ্টিৰ সৈতে আহে, যাৰ ফলত ২৫ বছৰৰ পিছতো কমেও ৮০% কাৰ্যদক্ষতা বজাই ৰাখে।
Solar calculatorসৌৰ কেলকুলেটৰ
Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।
Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।
- System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
- Savings calculatorসঞ্চয় কেলকুলেটৰ
- Generation calculatorউৎপাদন কেলকুলেটৰ
- Payback calculatorপেবেক কেলকুলেটৰ
- Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
Still have questions? Ask us directly.আপোনাৰ মনত কিবা প্ৰশ্ন আছেনে? আমাক পোনে পোনে সোধক
Share a few details and our team will help you size the right system. No obligation.তলত কেইটামান তথ্য দিয়ক আৰু আমাৰ বিশেষজ্ঞ দলে আপোনাৰ বাবে সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিব। কোনো বাধ্যবাধকতা নাই।
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।