About Sewaro EnergySewaro Energy সম্পৰ্কে
Solar delivered with honesty and engineering.সততা আৰু কাৰিকৰী উৎকৃষ্টতাৰে সৌৰ শক্তি সেৱা।
We're a Guwahati-based solar team helping homes, businesses, and industrial facilities across all districts of Assam switch to rooftop solar — with clear information, sound engineering design, and support that lasts for decades.আমি গুৱাহাটীৰ এটি অভিজ্ঞ সৌৰ প্ৰতিষ্ঠান, যিয়ে সমগ্ৰ অসমৰ সকলো জিলাৰ ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু উদ্যোগসমূহক স্বচ্ছ তথ্য, সঠিক ইঞ্জিনিয়াৰিং ডিজাইন আৰু কেইবা দশকৰ নিৰ্ভৰযোগ্য সহায়ৰ সৈতে ৰুফটপ সৌৰ শক্তি সংযোগত সহায় কৰোঁ।
Our approachআমাৰ কৰ্মপদ্ধতি
Start with the roof, not a sales target.বিক্ৰীৰ লক্ষ্য নহয়, ছাদৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ।
Every project begins with a site survey. We assess your roof, your consumption and what you actually need, then design a system that fits — rather than pushing a standard package.আমাৰ প্ৰতিটো প্ৰকল্প আৰম্ভ হয় বিশদ ছাইট জৰীপৰ পৰা। আমি আপোনাৰ ছাদ, বিদ্যুৎ ব্যৱহাৰ আৰু প্ৰকৃত প্ৰয়োজনীয়তা পৰীক্ষা কৰি উপযুক্ত প্ৰণালী ডিজাইন কৰোঁ — কোনো সাধাৰণ পেকেজ জোৰকেই জাপি নিদিওঁ।
We're equally deliberate about what we publish. Subsidy figures, credentials and project claims are kept honest: verified information is shown with a date, and anything unverified is left out rather than exaggerated.আমি প্ৰকাশ কৰা তথ্যৰ ক্ষেত্ৰতো একেদৰেই সচেতন। ৰাজসাহায্যৰ ধন, চৰকাৰী অনুমোদন আৰু প্ৰকল্পৰ তথ্য ১০০% সত্য আৰু প্ৰমাণিতভাৱে দাঙি ধৰা হয় — কোনো ভুৱা বা অতিৰঞ্জিত প্ৰতিশ্ৰুতি দিয়া নহয়।
What we stand forআমাৰ মূল নীতি
Our values.আমাৰ মূল্যবোধ
Honesty firstসততা প্ৰথমে
No invented figures, credentials or projects. If we can't verify it, we don't claim it.কোনো ভুৱা তথ্য বা অযথা প্ৰতিশ্ৰুতি নহয়। কেৱল প্ৰমাণিত আৰু বাস্তৱ তথ্যহে আমি প্ৰকাশ কৰোঁ।
Engineering-ledকাৰিকৰী দক্ষতা
Design, structure and protection matter as much as the panels. We treat them that way.সৌৰ পেনেলৰ সমানেই ছাদৰ গঠন, মজবুত ষ্ট্ৰাকচাৰ আৰু সুৰক্ষা গুৰুত্বপূৰ্ণ। আমি সেইদৰেই কাম কৰোঁ।
Local and accountableস্থানীয় আৰু দায়বদ্ধ
Headquartered in Guwahati, we stand behind the systems we install across all of Assam.গুৱাহাটীত মুখ্য কাৰ্যালয় থকাৰ বাবে সমগ্ৰ অসমত আমি সংস্থাপন কৰা প্ৰতিটো প্ৰকল্পৰ বাবে দায়বদ্ধ।
Long-term thinkingদীৰ্ঘম্যাদী স্থায়িত্ব
We aim for systems that perform for decades, not just on handover day.কেৱল সংস্থাপনৰ দিনাই নহয়, কেইবা দশক ধৰি যাতে প্ৰকল্পটোৱে সৰ্বোচ্চ উৎপাদন দিয়ে সেয়া নিশ্চিত কৰোঁ।
How we workকৰ্মপ্ৰণালী
A process built on site reality.প্ৰকল্পৰ বাস্তৱতাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত প্ৰক্ৰিয়া
- Step 01পদক্ষেপ ০১
Site surveyছাইট জৰীপ
Roof, structure, shading and electrical assessment.ছাদৰ দিশ, গাঁথনি, ছাঁ আৰু বিদ্যুৎ লোডৰ পুঙ্খানুপুঙ্খ পৰীক্ষা।
- Step 02পদক্ষেপ ০২
Custom designকাৰিকৰী ডিজাইন
System sized and laid out for your site.আপোনাৰ ছাদৰ বাবে সৰ্বাধিক উৎপাদনক্ষম ৩ডি লেআউট আৰু প্ৰণালী নিৰ্ধাৰণ।
- Step 03পদক্ষেপ ০৩
Installationমানসম্পন্ন সংস্থাপন
Certified installation, testing and commissioning.চৰকাৰী মানদণ্ড অনুসৰি দক্ষ ইঞ্জিনিয়াৰৰ দ্বাৰা সুৰক্ষিত সংস্থাপন আৰু পৰীক্ষণ।
- Step 04পদক্ষেপ ০৪
Subsidy & serviceৰাজসাহায্য আৰু সেৱা
Subsidy/net metering help and ongoing service.এপিডিচিএল নেট মিটাৰিং, ৰাজসাহায্য লাভ আৰু দীৰ্ঘম্যাদী ৰক্ষণাবেক্ষণ সাহায্য।
Athgaon, Guwahati Officeআঠগাঁও, গুৱাহাটী কাৰ্যালয়Registered Business Identityপঞ্জীকৃত প্ৰতিষ্ঠানৰ তথ্য
Headquartered in Athgaon, Guwahati, Sewaro Energy provides turnkey rooftop solar design, APDCL net metering, and installation services across all 35 districts of Assam.আঠগাঁও, গুৱাহাটীত মুখ্য কাৰ্যালয় থকা Sewaro Energy-য়ে সমগ্ৰ অসমৰ সকলো ৩৫ খন জিলাতে ৰুফটপ সৌৰ সংস্থাপন সেৱা প্ৰদান কৰে।
18BAOPB8104M1ZG
S.C. Road, Athgaon
Guwahati, Assam — 781001
+91 96783 99302
+91 70029 10729
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।