Skip to contentমূল বিষয়বস্তুলৈ যাওক
Sewaro Energy
Sewaro EnergyGuwahati, Assamগুৱাহাটী, অসম

Servicesসেৱাসমূহ

Solar services for homes, businesses and industry.ঘৰ, ব্যৱসায় আৰু উদ্যোগৰ বাবে সম্পূৰ্ণ সৌৰ সেৱা।

Sewaro Energy delivers end-to-end solar power solutions across all districts of Assam — from single home rooftops to commercial and industrial solar plants, with complete PM Surya Ghar subsidy and APDCL net-metering support.Sewaro Energy-এ সমগ্ৰ অসমৰ সকলো জিলাতে সম্পূৰ্ণ সৌৰ শক্তি সমাধান আগবঢ়ায় — ব্যক্তিগত ঘৰৰ পৰা বাণিজ্যিক আৰু ঔদ্যোগিক সৌৰ প্ৰকল্পলৈ, পিএম সূৰ্য ঘৰ ৰাজসাহায্য আৰু APDCL নেট-মিটাৰিঙৰ সম্পূৰ্ণ সহায়ৰ সৈতে।

What we doআমাৰ সেৱাসমূহ

Find the right solar service.উপযুক্ত সেৱা নিৰ্বাচন কৰক।

Seven focused services across the solar lifecycle.সৌৰ প্ৰকল্পৰ প্ৰতিটো পৰ্যায়ৰ বাবে বিশেষ সেৱা।

Residential rooftop solar panel system installed on a private residence in Guwahati Assam
Homesঘৰুৱা

Residential Solarঘৰুৱা সৌৰ প্ৰণালী

Rooftop systems sized for your homeআপোনাৰ ঘৰৰ বাবে সঠিক আকাৰৰ ৰুফটপ সৌৰ প্ৰণালী

Commercial rooftop solar power plant installation for business in Assam
Businessব্যৱসায়

Commercial Solarব্যৱসায়িক সৌৰ প্ৰণালী

Cut operating costs with rooftop solarৰুফটপ সৌৰ শক্তিৰ জৰিয়তে ব্যৱসায়িক বিদ্যুৎ বিল হ্ৰাস কৰক

Industrial rooftop solar power plant setup for factories in Kamrup Assam
Industryউদ্যোগ

Industrial Solarঔদ্যোগিক সৌৰ প্ৰণালী

Larger-scale solar power plantsবৃহৎ পৰিসৰৰ কাৰখানাৰ সৌৰ বিদ্যুৎ প্ৰকল্প

Solar technician mounting photovoltaic panels onto an elevated aluminum roof structure
Installationসংস্থাপন

Rooftop Installationৰুফটপ সংস্থাপন

Survey, design, install and commissionছাইট জৰীপ, ডিজাইন, সংস্থাপন আৰু কাৰ্যকৰীকৰণ

Turnkey solar EPC engineering, procurement and construction project delivery in Guwahati
EPCইপিচি

Solar EPCসৌৰ ইপিচি (EPC)

Turnkey engineering-led deliveryসম্পূৰ্ণ ইঞ্জিনিয়াৰিঙৰ সৈতে টাৰ্ণকী সৌৰ সমাধান

Professional solar panel water cleaning and regular preventative maintenance service in Guwahati
Maintenanceৰক্ষণাবেক্ষণ

Solar Maintenanceসৌৰ ৰক্ষণাবেক্ষণ

AMC, cleaning and monitoringবাৰ্ষিক ৰক্ষণাবেক্ষণ (AMC), চাফাই আৰু নিৰীক্ষণ

Certified solar technician diagnosing and repairing an on-grid solar inverter fault in Assam
Repairমেৰামতি

Solar Repairসৌৰ মেৰামতি

Diagnose and fix faults fastযিকোনো বিজুতিৰ দ্ৰুত পৰীক্ষা আৰু মেৰামতি

Compareতুলনা

Which service fits your project?কোনটো সেৱা আপোনাৰ বাবে উপযুক্ত?

ServiceসেৱাBest forকাৰ বাবে উপযুক্তWhat's includedঅন্তৰ্ভুক্ত সেৱাসমূহ
Residential Solarঘৰুৱা সৌৰ প্ৰণালীHomes and apartmentsব্যক্তিগত ঘৰ আৰু এপাৰ্টমেণ্টSurvey, sizing, installation, subsidy and net-metering supportছাইট জৰীপ, আকাৰ নিৰ্ধাৰণ, সংস্থাপন, ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ সহায়
Commercial Solarব্যৱসায়িক সৌৰ প্ৰণালীShops, offices, hotels, institutionsদোকান, কাৰ্যালয়, হোটেল, শিক্ষানুষ্ঠানLoad study, design, installation, ROI guidanceলোড বিশ্লেষণ, ডিজাইন, সংস্থাপন আৰু লাভালাভৰ নিৰ্দেশনা
Industrial Solarঔদ্যোগিক সৌৰ প্ৰণালীFactories and large rooftopsকাৰখানা আৰু বৃহৎ ঔদ্যোগিক ছাদEngineering, procurement, construction and commissioningইঞ্জিনিয়াৰিং, ক্ৰয়, নিৰ্মাণ আৰু কাৰ্যকৰীকৰণ
Rooftop Installationৰুফটপ সংস্থাপনAny rooftop systemযিকোনো ধৰণৰ ছাদৰ প্ৰণালীRoof assessment, structure, wiring, testing, handoverছাদ পৰীক্ষা, ষ্ট্ৰাকচাৰ, ৱায়াৰিং, টেষ্টিং আৰু হস্তান্তৰ
Solar EPCসৌৰ ইপিচি (EPC)Turnkey projectsটাৰ্ণকী প্ৰকল্পসমূহDesign, procurement, construction, O&Mডিজাইন, ক্ৰয়, নিৰ্মাণ আৰু পৰিচালনা/ৰক্ষণাবেক্ষণ
Solar Maintenanceসৌৰ ৰক্ষণাবেক্ষণExisting systemsপূৰ্বৰ সংস্থাপিত প্ৰণালীসমূহCleaning, inspections, performance checks, AMCচাফাই, নিৰীক্ষণ, কাৰ্যক্ষমতা পৰীক্ষা আৰু বাৰ্ষিক চুক্তি (AMC)
Solar Repairসৌৰ মেৰামতিFaulty systemsবিজুতি ঘটা প্ৰণালীসমূহDiagnosis, inverter and component repairবিজুতি নিৰ্ণয়, ইনভাৰ্টাৰ আৰু উপাদান মেৰামতি

Solar calculatorসৌৰ কেলকুলেটৰ

Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।

Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।

  • System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
  • Savings calculatorসঞ্চয় কেলকুলেটৰ
  • Generation calculatorউৎপাদন কেলকুলেটৰ
  • Payback calculatorপেবেক কেলকুলেটৰ
  • Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ

FAQপ্ৰশ্নোত্তৰ

Questions about our solar services.সৌৰ সেৱা সম্পৰ্কীয় সঘনাই সোধা প্ৰশ্ন।

Which solar service do I need?মোক কোনটো সৌৰ সেৱাৰ প্ৰয়োজন?

For a home, start with residential solar. For a shop, office or hotel, choose commercial solar. If your system already exists but underperforms or has a fault, choose maintenance or repair. We confirm the right scope during a site survey.এটা ঘৰৰ বাবে ঘৰুৱা সৌৰ প্ৰণালীৰে আৰম্ভ কৰক। দোকান, কাৰ্যালয় বা হোটেলৰ বাবে ব্যৱসায়িক সৌৰ প্ৰণালী বাছক। যদি আপোনাৰ প্ৰণালী ইতিমধ্যে আছে কিন্তু কম কাম কৰিছে বা বিজুতি ঘটিছে, তেন্তে ৰক্ষণাবেক্ষণ বা মেৰামতি সেৱা বাছক। ছাইট জৰীপৰ সময়ত আমি উপযুক্ত সেৱা নিশ্চিত কৰোঁ।

Do you handle the subsidy and net-metering paperwork?আপোনালোকে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ নথি-পত্ৰৰ কাম চম্ভালে নেকি?

For eligible residential systems we assist with the PM Surya Ghar application and the APDCL net-metering process. See our PM Surya Ghar and APDCL net metering pages for details.যোগ্য ঘৰুৱা প্ৰণালীৰ বাবে আমি পিএম সূৰ্য ঘৰ আবেদন আৰু এপিডিচিএল (APDCL) নেট-মিটাৰিং প্ৰক্ৰিয়াত সম্পূৰ্ণ সহায় কৰোঁ। সবিশেষ জানিবলৈ আমাৰ পিএম সূৰ্য ঘৰ আৰু এপিডিচিএল নেট মিটাৰিং পৃষ্ঠা চাওক।

Do you serve areas outside Guwahati?আপোনালোকে গুৱাহাটীৰ বাহিৰৰ অঞ্চলতো সেৱা আগবঢ়ায় নেকি?

Yes. While our headquarters is in Guwahati, we deliver rooftop solar installations, turnkey EPC projects, and maintenance services across all districts of Assam. Contact us with your location to schedule a survey.হয়। আমাৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত যদিও আমি সমগ্ৰ অসমৰ সকলো ৩৫ খন জিলাতে ৰুফটপ সৌৰ সংস্থাপন, টাৰ্ণকী ইপিচি প্ৰকল্প আৰু ৰক্ষণাবেক্ষণ সেৱা প্ৰদান কৰোঁ। ছাইট জৰীপৰ সময় নিৰ্ধাৰণ কৰিবলৈ আপোনাৰ ঠিকনাৰ সৈতে আমাৰ লগত যোগাযোগ কৰক।

Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ

Request a free solar assessmentবিনামূলীয়া সৌৰ মূল্যাংকনৰ বাবে অনুৰোধ কৰক

Share a few details and our team will help you size the right system. No obligation.তলত কেইটামান তথ্য দিয়ক আৰু আমাৰ বিশেষজ্ঞ দলে আপোনাৰ বাবে সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিব। কোনো বাধ্যবাধকতা নাই।

Chat on WhatsAppহোৱাটছএপত বাৰ্তালাপ কৰক

Your details are used only to respond to your enquiry. See our privacy policy.আপোনাৰ তথ্য কেৱল অনুসন্ধানৰ উত্তৰ দিবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ গোপনীয়তা নীতি চাওক।

Sewaro Energy service informationSewaro Energy সেৱা তথ্য

We start every project with a site survey, then recommend the system and service scope that fits your roof and electricity use.আমি প্ৰতিটো প্ৰকল্প এক ছাইট জৰীপেৰে আৰম্ভ কৰোঁ, তাৰ পিছত আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ সৈতে খাপ খোৱা প্ৰণালী আৰু সেৱাৰ পৰামৰ্শ দিওঁ।

Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।

Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।