10 kW Solar System for larger loads.১০ কিলোৱাট সৌৰ প্ৰণালী (10 kW Solar System) ডাঙৰ আৱাস, কাৰ্যালয় আৰু ছ'চাইটিৰ বাবে।
A 10 kW system suits large homes, offices and housing societies with substantial daytime consumption — or forms the first phase of a larger project.১০ কিলোৱাট সৌৰ প্ৰণালী হৈছে ডাঙৰ বাসগৃহ, ব্যৱসায়িক কাৰ্যালয়, চিকিৎসালয় আৰু আৱাসিক ছ'চাইটিৰ উচ্চ বিদ্যুৎ চাহিদাৰ বাবে এক লাভজনক সেউজ শক্তি সমাধান।

What a 10 kW system can power১০ কিলোৱাট প্ৰণালীয়ে কি কি চলাব পাৰে
At this scale, solar offsets significant daytime consumption — several air conditioners, office equipment, lighting, pumps and common-area loads. It is a popular size for large homes, housing societies and commercial premises, and a sensible first phase where a bigger plant is planned later.এই পৰিসৰত সৌৰ শক্তিয়ে দিনৰ ভাগৰ এক বৃহৎ বিদ্যুৎ চাহিদা পূৰণ কৰে — ৩–৪ টা এচি, অফিচৰ কম্পিউটাৰ আৰু চাৰ্ভাৰ, পানীৰ পাম্প আৰু ক'মন এৰিয়াৰ লাইট অনায়াসে চলে। ডাঙৰ আৱাসিক ভৱন আৰু বাণিজ্যিক কাৰ্যালয়ৰ বাবে ই অতি জনপ্ৰিয়।
Panels and spaceপেনেলৰ সংখ্যা আৰু ছাদৰ কালি
| Panel wattageপেনেলৰ ক্ষমতা | Approx. panels for 10 kWপ্ৰয়োজনীয় পেনেলৰ সংখ্যা |
|---|---|
| 450 W | ≈ 23 panelsপ্ৰায় ২৩ খন |
| 550 W | ≈ 18 panelsপ্ৰায় ১৮ খন |
| 600 W | ≈ 17 panelsপ্ৰায় ১৭ খন |
Allow roughly 1,000 sq ft of shadow-free roof, including access space.নিৰাপদ সংস্থাপন আৰু চাফাইৰ বাবে ছাদত প্ৰায় ১,০০০ বৰ্গফুট ছাঁ-মুক্ত স্থানৰ প্ৰয়োজন।
Estimated generationআনুমানিক বিদ্যুৎ উৎপাদন
- Per day: ≈ 40 unitsপ্ৰতিদিনত: প্ৰায় ৪০ ইউনিট
- Per month: ≈ 1,200 unitsপ্ৰতিমাহত: প্ৰায় ১,২০০ ইউনিট
- Per year: ≈ 14,600 unitsপ্ৰতিবছৰত: প্ৰায় ১৪,৬০০ ইউনিট
Indicative figures at about 4 units per kW per day. Use the generation calculator for a tailored estimate.ভাৰতৰ ভৌগোলিক গড় হিচাপত প্ৰতি কিলোৱাটত দিনত ৪ ইউনিট বিদ্যুৎ উৎপাদন হয়। সঠিক মূল্যাংকনৰ বাবে চাওক আমাৰ সৌৰ উৎপাদন কেলকুলেটৰ।
For businessব্যৱসায়িক লাভালাভ
Commercial and larger installations are justified on return on investment. See commercial solar and the payback calculator, or talk to us about a turnkey EPC project.বাণিজ্যিক প্ৰকল্পসমূহ বিনিয়োগৰ লাভ আৰু ক্ষিপ্ৰ পে-বেকৰ ওপৰত নিৰ্ভৰ কৰি স্থাপন কৰা হয়। চাওক আমাৰ ব্যৱসায়িক সৌৰ প্ৰণালী, পে-বেক কেলকুলেটৰ বা সৌৰ ইপিচি (EPC) সেৱা।
Price and subsidyমূল্য আৰু চৰকাৰী ৰাজসাহায্য
Cost depends on components, structure and installation, reduced by any applicable subsidy. Ask us for a quote based on your roof, and see solar cost and Solar Subsidy in Assam.খৰচ পেনেল, ৩-ফেজ ইনভাৰ্টাৰ আৰু মাউণ্টিং ষ্ট্ৰাকচাৰৰ ওপৰত নিৰ্ভৰ কৰে। আৱাসিক গ্ৰাহকৰ বাবে চৰকাৰী ৰাজসাহায্য প্ৰযোজ্য। সবিশেষ জানিবলৈ চাওক সৌৰ খৰচ আৰু অসমত সৌৰ ৰাজসাহায্য।
Solar calculatorসৌৰ কেলকুলেটৰ
Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।
Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।
- System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
- Savings calculatorসঞ্চয় কেলকুলেটৰ
- Generation calculatorউৎপাদন কেলকুলেটৰ
- Payback calculatorপেবেক কেলকুলেটৰ
- Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
FAQপ্ৰশ্নোত্তৰ
Common questions সাধাৰণ প্ৰশ্নসমূহ
How many panels does a 10 kW system need?১০ কিলোৱাট প্ৰণালীৰ বাবে কিমানখন পেনেল লাগে?
At 550 W per panel, about 18 panels; at 600 W, about 17; at 450 W, about 23. The exact count depends on the panels specified.পেনেলৰ ৱাটৰ ওপৰত নিৰ্ভৰ কৰে। ৫৫০ ৱাটৰ পেনেল হ'লে প্ৰায় ১৮ খন আৰু ৬০০ ৱাটৰ হ'লে প্ৰায় ১৭ খন পেনেলৰ প্ৰয়োজন হয়।
How much space does a 10 kW system need?১০ কিলোৱাট প্ৰণালীৰ বাবে ছাদত কিমান ঠাই লাগে?
As an indicative figure, allow roughly 1,000 sq ft of shadow-free roof including access. A site survey confirms the exact area and layout.ছাদত খোজ কঢ়া আৰু পৰিষ্কাৰ কৰাৰ স্থানসহ প্ৰায় ১,০০০ বৰ্গফুট ছাঁ-মুক্ত ঠাইৰ প্ৰয়োজন হয়। ছাইট পৰিদৰ্শনৰ দ্বাৰা সঠিক জোখ লোৱা হয়।
How much does a 10 kW system generate?১০ কিলোৱাট প্ৰণালীয়ে কিমান বিদ্যুৎ উৎপাদন কৰে?
Indicatively, at about 4 units per kW per day, roughly 40 units a day and around 1,200 units a month. Actual output varies with location, season and design.গড়ে প্ৰতি কিলোৱাটত ৪ ইউনিট হিচাপত, ১০ কিলোৱাট প্ৰণালীৰ পৰা দিনত প্ৰায় ৪০ ইউনিট, মাহে প্ৰায় ১,২০০ ইউনিট আৰু বছৰি প্ৰায় ১৪,৬০০ ইউনিট বিদ্যুৎ উৎপাদন হয়।
Is a 10 kW system for homes or businesses?১০ কিলোৱাট প্ৰণালী ঘৰৰ বাবে নে ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে?
Both. It suits large homes, but is also common for offices, housing societies and small commercial premises with substantial daytime load.দুয়োটাৰ বাবে। ই বৃহৎ আৱাসিক ভৱনৰ উপৰিও কাৰ্যালয়, স্কুল, নাৰ্চিং হোম আৰু বাণিজ্যিক ভৱনৰ বাবে সমানেই উপযোগী।
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।