5 kW Solar System for higher home loads.৫ কিলোৱাট সৌৰ প্ৰণালী (5 kW Solar System) অধিক বিদ্যুৎ আৰু এচি ব্যৱহাৰৰ বাবে।
A 5 kW system suits homes that run air conditioners or have higher consumption, and is a common choice for family homes in Guwahati.৫ কিলোৱাট সৌৰ প্ৰণালী হৈছে একাধিক এচি, ৱাটাৰ পাম্প আৰু উচ্চ বিদ্যুৎ ব্যৱহাৰ হোৱা ডাঙৰ ঘৰৰ বাবে এক অতি উপযুক্ত সমাধান।

What a 5 kW system can power৫ কিলোৱাট প্ৰণালীয়ে কি কি চলাব পাৰে
A 5 kW system comfortably covers a family home with air conditioning, a refrigerator, a washing machine, water pumping and everyday lighting. Because air conditioners run heavily during the day, solar offsets a large share of that demand.৫ কিলোৱাট প্ৰণালীয়ে ১–২ টা এচি, ফ্ৰিজ, ৱাছিং মেচিন, পানীৰ মটৰ আৰু ঘৰৰ সকলো লাইট-ফেন অনায়াসে চলায়। দিনৰ ভাগত যেতিয়া এচি অধিক সময় চলে, তেতিয়া সৌৰ শক্তিয়ে গ্ৰিডৰ ওপৰত নিৰ্ভৰশীলতা প্ৰায় সম্পূৰ্ণ হ্ৰাস কৰে।
Panels and spaceপেনেলৰ সংখ্যা আৰু ছাদৰ ঠাই
| Panel wattageপেনেলৰ ক্ষমতা | Approx. panels for 5 kWপ্ৰয়োজনীয় পেনেলৰ সংখ্যা |
|---|---|
| 450 W | ≈ 12 panelsপ্ৰায় ১২ খন |
| 550 W | ≈ 9 panelsপ্ৰায় ৯ খন |
| 600 W | ≈ 9 panelsপ্ৰায় ৯ খন |
Allow roughly 500 sq ft of shadow-free roof, including access space.খোজ কঢ়া আৰু পৰিষ্কাৰ কৰাৰ সুবিধার্থে ছাদত প্ৰায় ৫০০ বৰ্গফুট ছাঁ-মুক্ত স্থানৰ প্ৰয়োজন হয়।
Estimated generationআনুমানিক বিদ্যুৎ উৎপাদন
- Per day: ≈ 20 unitsপ্ৰতিদিনত: প্ৰায় ২০ ইউনিট
- Per month: ≈ 600 unitsপ্ৰতিমাহত: প্ৰায় ৬০০ ইউনিট
- Per year: ≈ 7,300 unitsপ্ৰতিবছৰত: প্ৰায় ৭,৩০০ ইউনিট
Indicative figures at about 4 units per kW per day. Use the generation calculator for a tailored estimate.প্ৰতি কিলোৱাটত গড়ে দিনত ৪ ইউনিট হিচাপত এই গণনা কৰা হৈছে। আপোনাৰ ছাদ অনুসৰি সঠিক গণনাৰ বাবে আমাৰ সৌৰ উৎপাদন কেলকুলেটৰ ব্যৱহাৰ কৰক।
Price and subsidyমূল্য আৰু চৰকাৰী ৰাজসাহায্য
Cost depends on components, structure and installation, reduced by any applicable subsidy. Ask us for a quote based on your roof, and see solar cost and Solar Subsidy in Assam.খৰচ পেনেল, ইনভাৰ্টাৰ আৰু সংস্থাপনৰ মানৰ ওপৰত নিৰ্ভৰ কৰে। পিএম সূৰ্য ঘৰ আঁচনিৰ অধীনত আৱাসিক সংযোগৰ বাবে ₹৭৮,০০০ চৰকাৰী ৰাজসাহায্য উপলব্ধ। অধিক জানিবলৈ চাওক সৌৰ খৰচ আৰু অসমত সৌৰ ৰাজসাহায্য।
Solar calculatorসৌৰ কেলকুলেটৰ
Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।
Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।
- System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
- Savings calculatorসঞ্চয় কেলকুলেটৰ
- Generation calculatorউৎপাদন কেলকুলেটৰ
- Payback calculatorপেবেক কেলকুলেটৰ
- Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
FAQপ্ৰশ্নোত্তৰ
Common questions সাধাৰণ প্ৰশ্নসমূহ
How many panels does a 5 kW system need?৫ কিলোৱাট প্ৰণালীৰ বাবে কিমানখন পেনেল লাগে?
At 550 W per panel, about 9 panels; at 600 W, about 9; at 450 W, about 12. The exact count depends on the panels specified.পেনেলৰ ৱাটৰ ওপৰত নিৰ্ভৰ কৰে। ৫৫০ ৱাটৰ পেনেল হ'লে প্ৰায় ৯ খন আৰু ৪৫০ ৱাটৰ হ'লে প্ৰায় ১২ খন পেনেলৰ প্ৰয়োজন হয়।
How much space does a 5 kW system need?৫ কিলোৱাট প্ৰণালীৰ বাবে ছাদত কিমান ঠাইৰ প্ৰয়োজন?
As an indicative figure, allow roughly 500 sq ft of shadow-free roof including access. A site survey confirms the exact area.ছাদত খোজ কঢ়া আৰু পৰিষ্কাৰ কৰাৰ ঠাইসহ প্ৰায় ৫০০ বৰ্গফুট ছাঁ-মুক্ত স্থানৰ প্ৰয়োজন। ছাইট জৰীপৰ দ্বাৰা সঠিক কালি নিৰ্ধাৰণ কৰা হয়।
How much does a 5 kW system generate?৫ কিলোৱাট প্ৰণালীয়ে কিমান বিদ্যুৎ উৎপাদন কৰে?
Indicatively, at about 4 units per kW per day, roughly 20 units a day and around 600 units a month. Actual output varies with location, season and design.গড়ে প্ৰতি কিলোৱাটত ৪ ইউনিট হিচাপত, ৫ কিলোৱাট প্ৰণালীৰ পৰা দিনত প্ৰায় ২০ ইউনিট, মাহে প্ৰায় ৬০০ ইউনিট আৰু বছৰি প্ৰায় ৭,৩০০ ইউনিট বিদ্যুৎ উৎপাদন হয়।
Is 5 kW good for a home with air conditioners?এচি চলাবলৈ ৫ কিলোৱাট প্ৰণালী উপযুক্তনে?
Yes, 5 kW is a common choice for homes running one or more air conditioners, because ACs shift a lot of consumption into daylight hours. Share your bill and usage pattern and we will confirm.হয়, ১–২ টা এচি নিয়মিত চলা ঘৰৰ বাবে ৫ কিলোৱাট আটাইতকৈ উপযুক্ত। দিনৰ ভাগত এচিয়ে ব্যৱহাৰ কৰা বিদ্যুৎ সৌৰ শক্তিৰ দ্বাৰা পোনপটীয়াকৈ উৎপাদন হয় বাবে বিল শূন্যৰ ওচৰ পায়।
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।